January 7, 2026 8:19 PM January 7, 2026 8:19 PM
6
ঢকুৱাখনাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ, লখিমপুৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি আৰু ঢকুৱাখনা বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰাৰম্ভিক মূলধনৰ চেক বিতৰণৰ দুটা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সমষ্টি দুটাৰ ৬৮ হাজাৰ ৯৪২ গৰাকী মহিলাক এই আঁচনিয়ে সামৰি লৈছে । মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্রমণতে লখিমপুৰ জিলাত ২৯৮ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মাতমৰাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্রীয়ে ১৪৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া ব্ৰহ্মপুত্ৰ সংহত বান আৰু খহনীয়া প্ৰকল্পৰ আধাৰশিলা...