October 30, 2025 12:24 PM

views 48

শীঘ্ৰেই অসমত অষ্টম দৰমহা আয়োগ গঠন কৰা হ’ব বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

ৰাজ্যৰ কৰ্মচাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমহাৰত দৰমহা আৰু অন্যান্য সা সুবিধা লাভ কৰিব পৰাকৈ শীঘ্ৰেই অসমত অষ্টম দৰমহা আয়োগ গঠন কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি লোকসেৱা ভৱনত আয়ুস্নান অসম- মুখ্যমন্ত্রী লোকসেবক আৰোগ্য যোজনা আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া ভাষণত এই বিষয়ে প্রকাশ কৰে। দৰমহা আয়োগ গঠন সন্দৰ্ভত কর্মচাৰী সংগঠনসমূহৰ কোনো পৰামৰ্শ থাকিলে ১৫ দিনৰ ভিতৰত ৰাজ্যৰ মুখ্য সচিবক জমা দিবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনায়। উল্লেখযোগ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ বাবে অষ্ট...