May 31, 2025 7:48 PM
মিজোৰামত প্ৰৱল বৰষুণৰ ফলত হোৱা ভূমিস্খলনত বহু লোক হতাহত
মিজোৰাম লৱতৰাই চহৰত প্ৰৱল বৰষুণৰ ফলত হোৱা ভূমিস্খলনত এখন হোটেলকে ধৰি ছটা বাসগৃহ ভাগি পৰাত বহু লোক হতাহত হোৱাৰ আশংকাই দেখা দিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি সীমান্ত অঞ্চলৰ সমীপৰ বাজাৰ ...