April 10, 2025 10:13 AM
8
মিজোৰামৰ কেলছিহত অনুষ্ঠিত ৰাষ্ট্ৰীয় জনজাতি যুৱ মহোৎসৱৰ আজি অন্তিম দিন
মিজোৰামৰ কেলছিহত থকা ৰাজ্যিক জনজাতীয় সম্পদ কেন্দ্ৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় জনজাতি যুৱ মহোৎসৱৰ আজি সামৰণি পৰিব। আদিবাসী মুক্তিযোদ্ধা বীৰচা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ বছৰজোৰা উদযাপনৰ সৈতে সংগতি ৰাখি এই মহোৎসৱৰ আয়োজন কৰা হৈছে৷ জনজাতীয় মুক্তিযোদ্ধাসকলক সন্মান জনোৱাৰ লগতে যুৱ প্ৰজন্ম আৰু জনসাধাৰণৰ মাজত দেশপ্ৰেমৰ অনুভাৱ শক্তিশালী কৰাৰ লক্ষ্যৰে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত মিজো জনগোষ্ঠীৰ কেইবাগৰাকীও শিল্পীয়ে অংশ লৈছে। তদুপৰি নাগালেণ্ড আৰু মণিপুৰৰ কেইবাগৰাকী যশস্বী শিল্পীয়ে এই ...