October 20, 2024 7:14 PM

views 26

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণৰ শুভাৰম্ভ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণৰ শুভাৰম্ভ কৰে।ইতিপূৰ্বে মিছন বসুন্ধৰাৰ প্ৰথম সংস্কৰণৰ অধীনত ৯ মাহত ভূমি পট্টা সম্পৰ্কীয় ৮ লাখ আবেদন নিষ্পত্তি কৰাৰ লগতে দ্বিতীয় সংস্কৰণত এবছৰত ২ লাখতকৈও অধিক খিলঞ্জীয়া লোকক ভূমিপট্টা দিয়া হৈছে বুলি মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণৰ উদ্বোধন কৰি আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে। তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অধীনত ভূমিহীন লোকক ভূমি প্রদান, দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰ...