November 9, 2024 11:07 AM

views 15

ৰাজ্যত মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায় মুকলি, আৱেদনৰ অন্তিম দিন ৩১ ডিচেম্বৰ

ৰাজ্য চৰকাৰে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায় মুকলি কৰিছে। এই আঁচনিৰ অধীনত নাগৰিকসকলে চলিত বছৰৰ ৩১ ডিচেম্বৰলৈ আৱেদন কৰাৰ সুযোগ লাভ কৰিব। মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ এই আঁচনিত কোচ ৰাজবংশী, অ' বি চি, এম অ' বি চি আবেদনকাৰীক খিলঞ্জীয়া হিচাপে গণ্য কৰিব বুলি চৰকাৰে সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰে শীঘ্ৰে অধিসূচনা জাৰি কৰিব। উল্লেখযোগ্য যে, মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ত বৰ্তমানলৈ ৮০৯গৰাকীয়ে লোকে আৱেদন জনাইছে। আনহাতে, এই আঁচনিৰ দ্বিতীয় পৰ্যায়ত আৱেদন কৰিও মাটিৰ পট্টা লাভ নকৰা এহেজাৰ ৯৭৪গৰাকী...