December 1, 2025 12:39 PM

views 21

মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ৬৬০টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালক চৰকাৰী ভূমি নিষ্পত্তিৰ ক্ষেত্ৰত অনুমোদন

■ অসম মন্ত্রীসভাই কালি মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, শোণিতপুৰ, লখিমপুৰ, গোলাঘাট, নলবাৰী আৰু বৰপেটাত ৬৬০টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালক চৰকাৰী ভূমি নিষ্পত্তিৰ ক্ষেত্ৰত অনুমোদন জনায়। মন্ত্রীসভাই শোণিতপুৰ, বৰপেটা আৰু গোলাঘাটত ৭১২টা খিলঞ্জীয়া পৰিয়ালক খাঁচ আৰু চিলিং উদ্বৃত্ত ভূমি নিষ্পত্তিৰ বাবেও অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেবিনেট বৈঠকৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰীসভাৰ বৈঠকত কালি ৬টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিধানসভাত যোৱা শনি...

September 7, 2024 7:35 PM

views 38

গুৱাহাটীত মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ কার্যসূচী সম্পৰ্কত অনুষ্ঠিত কর্মশালাত উপস্থিত মন্ত্রী যোগেন মহন

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্রী যোগেন মহনে আজি গুৱাহাটীত মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ কার্যসূচী সম্পৰ্কত অনুষ্ঠিত কর্মশালাত উপস্থিত থাকে। মিছন বসুন্ধৰা প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ সফলতাৰ পাছত গ্ৰহণ কৰিবলগীয়া তৃতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যৰ ভূমি ব্যৱস্থাপনা আৰু ভূমি ৰাজহ ব্যৱস্থাত যোগান্তকাৰী পৰিৱৰ্তন সাধন কৰিব বিচৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে, মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ জৰিয়তে ৰাজ্যখনৰ চাহ জনগোষ্ঠী, খিলঞ্জীয়া লোক আৰু বহুকেইটা প্ৰজন্মৰ পৰা ৰাজ্যখনৰ বসবাস কৰি...

August 16, 2024 1:23 PM

views 25

মিছন বসুন্ধৰাৰ তৃতীয় পর্যায় অহা ২ অক্টোবৰত আৰম্ভ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

অহা ২ অক্টোবৰত মিছন বসুন্ধৰাৰ তৃতীয় পর্যায় আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। কালি কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অধীনত বৰবংশৰ মৌজাৰ ৪ খন গাওঁৰ লোকক ভূমি পট্টা বিতৰণ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা প্রকাশ কবে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত মুঠ ৮৮১ খন ভূমিপট্টা বিতৰণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে ভূমিপট্টা অবিহনে বসবাস কৰি থকাটোৱে কেতিয়াবা জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাবে। তেওঁ কয় যে, জালুকবাৰী সমষ্ট...