September 16, 2025 8:31 PM September 16, 2025 8:31 PM

views 7

শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ মাহজোৰা বিশেষ পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান পঞ্চম পৰ্যায়ৰ ঘোষণা

শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে সকলো পৰ্যায়তে পৰিষ্কাৰ পৰিচ্চন্নতাৰ অভ্যাস আৰু প্ৰথাসমূহ আনষ্ঠানিক প্রবৃত্তি পৰিণত কৰাৰ উদ্দেশ্যে মাহজোৰা বিশেষ পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ পঞ্চম পৰ্যায়ৰ ঘোষণা কৰিছে। অহা ২ অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া এই অভিযানত দায়িত্বশীল প্রশাসন, স্বচ্ছতা আৰু নাগৰিক কেন্দ্ৰীক দৃষ্টিভংগীৰ প্ৰতি মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতিবদ্ধতাত গুৰুত্ব আৰোপ কৰা হ'ব। চৰকাৰে বিভিন্ন মন্ত্ৰালয়, স্থানীয় নিকায় আৰু আঞ্চলিক নিকায়সমূহত আধৰুৱা হৈ থকা কাম-কাজ হ্ৰাস কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্...

April 4, 2025 8:41 PM April 4, 2025 8:41 PM

views 16

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্রালয়ে শ্রম কল্যাণ আঁচনিত অন্তৰ্ভুক্ত লোকৰ বাবে বিত্তীয় সাহায্যৰ ব্যৱস্থা কৰিছে

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্রালয়ে বিড়ি, চিনেমা আৰু কয়লা খনিৰ বাহিৰে আন খনিত কৰ্মৰত লোকসকলৰ শিক্ষাৰ বাবে যোগ্য আবেদনকাৰীসকলক শ্রম কল্যাণ আঁচনিত অন্তৰ্ভুক্ত কৰি তেওঁলোকৰ বিত্তীয় সাহায্যৰ ব্যৱস্থা কৰিছে। ২০২৪-২৫ বৰ্ষৰ জলপানিৰ বাবে আবেদন জনোৱা ৯২টা ৱাৰ্ডৰ বিড়ি, চিনেমা আৰু কয়লা খনিৰ বাহিৰে আন খনিত কৰ্মৰত শ্ৰমিকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩২ কোটি ৫১ লাখ টকা মুকলি কৰি দিছে। মন্ত্রালয়ে জনায় যে এই আঁচনিৰ জৰিয়তে এই ৱাৰ্ডসমূহৰ স্কুল, কলেজ আৰু আন পেচাদাৰী প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰা প্ৰতিগৰাকী...