May 18, 2025 8:02 PM

views 23

ছিকিমৰ দৰে জৈৱিকভাৱে মাছ উৎপাদনৰ ব্যৱস্থা ত্ৰিপুৰাতো কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পুঁজিৰ অনুমোদন দিবঃ কেন্দ্ৰীয় মীন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙ

ছিকিমত কোনো ধৰণৰ ৰাসায়নিক দ্রব্য ব্যৱহাৰ নকৰাকৈ জৈৱিকভাৱে মাছ উৎপাদন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতেই কেন্দ্ৰীয় মীন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে কয়, যে কেন্দ্রই অতি সোনকালে ত্ৰিপুৰাতো এনে ব্যৱস্থা গঢ়াৰ বাবে পুঁজিৰ অনুমোদন জনাব। আগৰতলাত ৰাজ্যৰ প্ৰথমটো সংহত একুৱা পাৰ্ক আৰু মৎস্য উৎসৱৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে এই একুৱা পাৰ্কৰ লক্ষ্য হৈছে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি ত্ৰিপুৰাক মাছ উৎপাদনত স্বাৱলম্বী কৰি তোলা। প্রায় ১০০ কোটি টকা ব্যয় সাপেক্ষ এই সংহত এক...

September 17, 2024 11:54 AM

views 33

সমগ্ৰ দেশতে সংহত মীন পালন ব্যৱস্থাৰ প্ৰসাৰৰ বাবে মীন মন্ত্ৰ্যালয়ৰ ১০০ দিনীয়া পৰিকল্পনা যুগুত

মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰ্যালয়ৰ অধীনৰ মীন বিভাগে জলজ কৃষি পদ্ধতিৰ বিকাশৰ লগতে সমগ্ৰ দেশতে সংহত মীন পালন ব্যৱস্থাৰ প্ৰসাৰৰ বাবে ১০০ দিনীয়া পৰিকল্পনা যুগুত কৰিছে। কালি মন্ত্ৰ্যালয়ে জাৰি কৰা এখন বিবৃতিত এই বিষয়ে প্রকাশ কৰে। এই অনুসৰি প্ৰধানমন্ত্রী মৎস্য সম্পদ যোজনাৰ অধীনত মীন খণ্ডক শক্তিশালী কৰাৰ লগতে বহনক্ষম উন্নয়নক ত্বৰান্বিত কৰাৰ বাবে কৌশল যুগুতাই উলিওৱা হৈছে। এই যোজনাৰ চতুর্থ বর্ষপূৰ্তিৰ সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্রদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰামৰ উপৰি দেশৰ কেবাখনো ৰাজ্যত জলজ কৃ...