December 24, 2024 1:35 PM

views 31

পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত অনুত্তীর্ণ শিক্ষাৰ্থীসকলক পৰৱৰ্তী শ্ৰেণীত অধ্যয়নৰ সুযোগ দিয়াৰ পূৰ্বৰ বিশেষ নীতি বাতিল কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত অনুত্তীর্ণ শিক্ষাৰ্থীসকলক পৰৱৰ্তী শ্ৰেণীত অধ্যয়নৰ সুযোগ দিয়াৰ পূৰ্বৰ বিশেষ নীতি বাতিল কৰিছে। এতিয়াৰেপৰা পঞ্চম আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষাত নিৰ্ধাৰিত নম্বৰ লাভ কৰিবলৈ সমৰ্থ নোহোৱা ছাত্ৰ-ছাত্ৰীক অনুত্তীৰ্ণ ঘোষণা কৰা হ'ব। অৱশ্যে অনুত্তীর্ণ ছাত্র-ছাত্রীসকলে দুমাহৰ ভিতৰত পুনৰ এবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে পুৰণি ব্যৱস্থা ঘূৰাই আনি নতুন শিক্ষানীতিৰ আধাৰত এই সন্দৰ্ভত কালি এখন অধিসূচনা জাৰি কৰিছে। পৰীক্ষাত উত্তীৰ্...

August 23, 2024 7:39 PM

views 38

সুৰক্ষা আৰু নিৰাপত্তা নিৰ্দেশাৱলী, ২০২১ ৰূপায়ণ কৰিবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ নিৰ্দেশ

শিক্ষা মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক বিদ্যালয় সুৰক্ষা আৰু নিৰাপত্তা নিৰ্দেশাৱলী, ২০২১ ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছে। স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগে শিশুক যৌন অপৰাধৰ পৰা সুৰক্ষা আইনৰ নীতি-নিৰ্দেশনা অনুসৰি এই নিৰ্দেশাৱলী যুগুতাই উলিয়াইছে। এই নিৰ্দেশাৱলীত চৰকাৰী, চৰকাৰী সাহায্যপ্রাপ্ত আৰু ব্যক্তিগত বিদ্যালয়ত অধ্যয়নৰত শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত বিদ্যালয় প্ৰশাসনৰ উত্তৰ দায়িত্ব নিশ্চিত কৰাৰ ব্যৱস্থা আছে। ইয়াৰ উপৰি নিৰ্দেশনাৱলীত সতর্কতামূলক শিক্ষা, বিভিন্ন পক্ষৰ উত্তৰদায়িত...