December 27, 2025 8:32 PM

views 17

গ্রাহক পৰিক্ৰমা বিভাগৰ ৰাষ্ট্ৰীয় গ্ৰাহক হেল্পলাইনৰ জৰিয়তে গ্ৰাহকক এতিয়ালৈ ৩১ টা খণ্ডৰ ৪৫ কোটিতকৈ অধিক ধন ওভতাই দিয়া হৈছে

গ্রাহক পৰিক্ৰমা বিভাগৰ ধবজাবাহী উদ্যম ৰাষ্ট্ৰীয় গ্ৰাহক হেল্পলাইনৰ জৰিয়তে গ্ৰাহকক এতিয়ালৈ ৩১ টা খণ্ডৰ ৪৫ কোটিতকৈ অধিক ধন ওভতাই দিয়া হৈছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে কৈছে যে এই উদ্যমৰ অধীনত যোৱা ৮ মাহত ৬৭ হাজাৰতকৈ অধিক গ্ৰাহকৰ ওজৰ-আপত্তি নিষ্পত্তি কৰা হৈছে। মন্ত্ৰালয়ে লগতে জানিবলৈ দিয়া মতে ইয়াৰ ভিতৰত ৩৯ হাজাৰতকৈও অধিক ওজৰ-আপত্তি ই-কমাৰ্চ খণ্ডৰ আছিল। ই-কমাৰ্চৰ ওজৰ-আপত্তিসমূহৰ বাবে ৩২ কোটি টকা ওভতাই দিয়া হৈছে। মন্ত্ৰালয়ে লগতে কৈছে যে হেল্পলাইনৰ বাবে গ্ৰাহকসকলে প্ৰা...