December 22, 2025 8:10 PM

views 20

ভাৰত আৰু বিশ্ব স্বাস্থ্য সংস্থাই গোলকীয় স্বাস্থ্য যতন খণ্ডত ভাৰতীয় পৰম্পৰাগত ঔষধ চিকিৎসাৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে

ভাৰত আৰু বিশ্ব স্বাস্থ্য সংস্থাই গোলকীয় স্বাস্থ্য যতন খণ্ডত ভাৰতীয় পৰম্পৰাগত ঔষধ চিকিৎসাৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। আয়ুষ মন্ত্ৰালয় আৰু বিশ্ব স্বাস্থ্য সংস্থাই এই সন্দৰ্ভত নতুন দিল্লীত দুদিনীয়া বিশেষ বৈঠকৰ আয়োজন কৰে। বৈঠকত স্বাস্থ্য যতনৰ ক্ষেত্ৰত পৰম্পৰাগত ঔষধক আন্তৰাষ্ট্ৰীয় মানেৰে বিকশাই তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। আয়ুৰ্বেদিক, সিদ্ধা, ইউনানি পৰম্পৰাগত চিকিৎসাৰ সন্দৰ্ভত গোলকীয় পৰ্যায়ত সজাগতাৰ সৃষ্টিৰ বাবে চলিত বৰ্ষৰ মে' মাহত আয়ুষ মন্ত্ৰালয় আৰু বিশ্ব স্বাস্থ্য ...

October 19, 2025 7:55 PM

views 158

হাড়ৰ দুৰ্বলতা আৰু ক্ষয় ৰোগ ৰোধ কৰাৰ বাবে সন্তুলিত আহাৰ আৰু শাৰীৰিক ব্যায়ামৰ দৰে আয়ুর্বেদিক উপায় অৱলম্বন কৰিবলৈ আয়ুষ মন্ত্র্যালয়ৰ সকলো নাগৰিকলৈ আহ্বান

আয়ুষ মন্ত্র্যালয়ে সকলো নাগৰিক বিশেষকৈ বয়োজ্যেষ্ঠ লোক তথা ৰজোঃনিবৃত্তি হোৱা মহিলাসকলক অষ্টিওপৰোচিছ অর্থাৎ হাড়ৰ দুৰ্বলতা আৰু ক্ষয়ৰ দৰে ৰোগ ৰোধ কৰাৰ বাবে সন্তুলিত আহাৰ আৰু শাৰীৰিক ব্যায়ামৰ দৰে আয়ুর্বেদিক উপায় অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। কাইলৈ পালন কৰিবলগীয়া বিশ্ব অষ্টিওপৰোচিছ দিৱসৰ প্ৰাক সন্ধ্যা এটা বিবৃত্তি যোগে মন্ত্র্যালয়ে কৈছে যে, এই অভ্যাসসমূহ নিজৰ দৈনন্দিন জীবনত প্ৰয়োগ কৰি জনসাধাৰণে নিজৰ হাড় শক্তিশালী কৰাৰ লগতে হাড় দুর্বল হোৱাৰ সম্ভাৱনা হ্রাস কৰিব পাৰে। তদুপৰি এই ৰোগৰ সৈতে যুঁজিবলৈ আগতীয়া...