July 22, 2025 8:38 PM

views 12

হাউলীত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ নতুন ভৱনৰ লাইখুঁটা স্থাপন

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বৰপেটা জিলাৰ হাউলীস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ নতুন ভৱনৰ লাইখুঁটা স্থাপন কৰে। এই উপলক্ষে প্রতিষ্ঠানখনৰ চৌহদত আয়োজিত এটা অনুষ্ঠানত মন্ত্রী শ্রীদাসে কয়, যে অসম চৰকাৰে ৰাজ্যখনৰ সৰ্বদিশৰ আন্তঃগাঁথনি শক্তিশালী কৰাত চৰকাৰ গঠনৰ পৰাই গুৰুত্ব দি আহিছে। এই আন্তঃগাঁথনি নিৰ্মাণৰ অংশ হিচাপে হাউলীত থকা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানখনক নতুন ৰূপ দিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে। প্ৰতিষ্ঠানখনৰ পুৰণি ভৱন নতুনকৈ নিৰ্মাণ কৰাৰ বাবে ৪ কোটি ...