November 18, 2024 8:36 PM

views 12

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰৰ অসম ভ্ৰমণ

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰে আজি ডিফু আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ আৰু ডিমাপুৰ পথত থকা ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয় পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হোজাই জিলাৰ ডবকাৰ পৰা ডিফুৰ লাহৰীজানলৈ নিৰ্মাণ কৰি থকা ফৰলেন ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম ২০২৫ৰ জুন মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্মাণৰত নিয়োজিত প্রতিষ্ঠানক নির্দেশ দিয়ে। তিনিদিনীয়া সূচীৰে ডিফু ভ্ৰমণ কৰি জিলাখনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ ...