September 20, 2024 6:49 PM

views 18

ভাইব্ৰেণ্ট নর্থ-ইষ্ট ২০২৪ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী অতুল বৰাৰ

কৃষি, পশুপালন তথা পশু চিকিৎসা মন্ত্রী অতুল বৰাই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ভাইব্ৰেণ্ট নর্থইষ্ট ২০২৪ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰে। ড'নাৰ মন্ত্ৰ্যালয়ৰ সহযোগত কৃষি আৰু গ্রামোন্নয়ন কেন্দ্রই আয়োজন কৰা এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰৰ কৰ্ণধাৰসকলে একেখন মঞ্চতে তেওঁলোকৰ উদ্ভাৱন, প্রযুক্তি তথা কামকাজসমূহ প্ৰদৰ্শন কৰাৰ সুযোগ পাব। মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কৃষক তথা যুৱচামৰ সৈতে মত বিনিময় কৰে। কৃষি আৰু গ্ৰামোন্নয়ন কেন্দ্রই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি আৰু উদ্যোগ...