April 6, 2024 7:21 PM April 6, 2024 7:21 PM
10
মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপনৰ বাবে বিজেপিক তীব্র সমালোচনা
আম আদমী পাৰ্টীয়ে দল আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰাৰ বাবে বিজেপিক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত দলৰ নেতা তথা মন্ত্রী আতিশীয়ে বিজেপিয়ে আম আদমী পাৰ্টিৰ নেতাসকলক দুর্বল কৰাৰ বাবে চৰকাৰী ব্যৱস্থাৰ অপব্যৱহাৰ কৰা বুলি অভিযোগ কৰে। নেতাগৰাকী বিধি বলৱৎকাৰী সঞ্চালকালয়ে আবকাৰী কেলেংকাৰী গোচৰত ধন লাভ কৰা নাই বুলি দাবী কৰে। এই প্ৰসংগত গোৱাৰ আদালতে অৰৱিন্দ কেজৰিৱালৰ বিৰুদ্ধে থকা গোচৰ বাতিল কৰাৰ কথা শ্ৰীমতী আতিশীয়ে উল্ল...