March 9, 2025 9:19 PM

views 11

বহুভাষিক আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল নির্বাকৰ চতুৰ্থ সংস্কৰণ উন্মোচন

মুকাভিনয়ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে প্ৰকাশ হোৱা বহুভাষিক আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল নির্বাকৰ চতুৰ্থ সংস্কৰণ আজি উন্মোচন কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এটা অনুষ্ঠানত প্ৰান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱা, অসম চৰকাৰৰ পৰিবহন বিভাগৰ বিশেষ কর্তব্যৰত বিষয়া গৌতম দাস, কটন বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপিকা ড০ ছয়ানিকা দত্তই পত্রিকাখন উন্মোচন কৰে। প্ৰবীন সাংবাদিক প্ৰদীপ বৰুৱাই এই প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে নিৰ্বাকক সমাজৰ অসূয়া অপ্ৰীতি নাশ কৰাত আগভাগ লবলৈ আহ্ব...