August 27, 2025 12:36 PM August 27, 2025 12:36 PM

views 2

মণিপুুৰত নিৰাপত্তা বাহিনীৰ যুটীয়া অভিযানত নিষিদ্ধ ঘোষিত উগ্রপন্থী গোটৰ ৮ সদস্যক আটক, অস্ত্র-শস্ত্র জব্দ

মণিপুৰত সেনা, অসম ৰাইফল্‌ছ, মণিপুৰ আৰক্ষী আৰু অন্যান্য সুৰক্ষা বাহিনীয়ে যুটীয়া অভিযান চলাই ৮ জন নিষিদ্ধ ঘোষিত উগ্রপন্থী গোটৰ সদস্যকে ধৰি ভালেসংখ্যক অস্ত্র-শস্ত্র জব্দ কৰিছে। প্ৰতিৰক্ষা মুখপাত্র লেফটেণেণ্ট কর্নেল অমিত শুক্লাই প্ৰকাশ কৰা মতে সুৰক্ষা বাহিনীয়ে বিগত কেইদিনমানত ৰাজ্যখনৰ জিৰিবাম ফেজৱল, বিষ্ণুপুৰ, থৌবাল, পূব আৰু পশ্চিম ইম্ফল জিলাত যুটীয়া অভিযান চলায়। আটক কৰা উগ্ৰপন্থীকেইজন কাংলেইপাক কমিউনিষ্ট পাৰ্টী আৰু ৰিভ’লিউচনেৰী পিপল্‌ছ ফ্ৰণ্ট-পিপল্‌ছ লিবাৰেচন আৰ্মীৰ সদস্য বুলি মুখপাত্ৰগৰাকীয়ে...