January 24, 2025 4:57 PM

views 21

আয়াৰলেণ্ডৰ নতুন প্রধানমন্ত্ৰী হিচাপে ফিয়ানা ফইলৰ নেতা মিশ্বেল মাৰ্টিন নিৰ্বাচিত

আয়াৰলেণ্ডৰ নতুন প্রধানমন্ত্ৰী হিচাপে ফিয়ানা ফইলৰ নেতা মিশ্বেল মাৰ্টিন নিৰ্বাচিত হৈছে। দেশখনৰ নিম্ন সদন ডইলত কালি হোৱা ভোটগ্ৰহণৰ জৰিয়তে তেওঁ দ্বিতীয়বাৰৰ বাবে দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। দেশখনৰ দুটা অন্যতম ৰাজনৈতিক দল ফাইন গে'ল আৰু ফিয়ানা ফইলৰ সংযুক্ত মৰ্চাৰ লগতে একাংশ নিৰ্দলীয় সদস্যই তেওঁৰ পক্ষত ভোটদান কৰে। বিগত কাৰ্যকালৰ দ্বিতীয়ার্ধত ফাইন গেল দলৰ নেতৃত্বৰ হাতত দায়িত্ব অর্পণ কৰাৰ পূৰ্বে ৬৪ বছৰ বয়সীয়া মিশ্বেল মার্টিনে ২০২০ৰ পৰা ২০২২ চনলৈ দেশখনৰ প্ৰধানমন্ত্রী হিচাপে কাৰ্যনি...