December 14, 2025 12:21 PM

views 13

পশ্চিমবংগৰ যুৱ ভাৰতীয় ক্রীড়াংগনত আয়োজিত অনুষ্ঠানৰ আয়োজকসকলৰ লগতে সহযোগীসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ ৰাজ্যপালৰ নিৰ্দেশ

পশ্চিমবংগৰ চটীলেকৰ যুৱ ভাৰতী ক্রীড়াংগনত কালি আয়োজিত লিঅ'নেল মেছিৰ কাৰ্যসূচীত সংঘটিত বিশৃংখল পৰিস্থিতিৰ পাছত অনুষ্ঠানটোৰ আয়োজক শতদ্রু দত্তক আৰক্ষীয়ে দুঘণ্টা ধৰি সোধাপোছা কৰাৰ পাছত গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বে ৰাজ্যপাল ড° চি বি আনন্দ বসুৱে পশ্চিমবংগ চৰকাৰক যুৱ ভাৰতীয় ক্রীড়াংগনত আয়োজিত অনুষ্ঠানৰ আয়োজকসকলৰ লগতে সহযোগীসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছিল। এই ঘটনাত ক্ষোভ প্রকাশ কৰি ৰাজ্যপালগৰাকীয়ে কালিৰ দিনটো কলকাতাৰ ক্ৰীড়া প্ৰেমীসকলৰ বাবে এটা ক'লা দিন বুলি আখ্যা দিয়াৰ লগতে দৰ্শকসকলক ...