August 29, 2024 1:35 PM

views 30

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ইলা কটকী বৰুৱা সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ উদ্যোগত কালি ইলা কটকী বৰুৱা সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। পোন প্ৰথমবাৰৰ বাবে প্ৰদান কৰা এই বঁটা চলিত বৰ্ষত ভাগ্যশ্রী তামুলীলৈ আগবঢ়োৱা হয়। এই বঁটাত নগদ ১০ হাজাৰ টকাৰ লগতে মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰা হয়। বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ স্নাতকোত্তৰ পৰীক্ষাত সৰ্বোচ্চ নম্বৰ শিক্ষাৰ্থীলৈ এই বঁটা আগবঢ়োৱা হয়। কালি অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ মুৰববী অধ্যাপিকা সীমা বাৰ্মা বৰবৰাৰ লগতে বিভাগৰ অধ্যাপকসক...