April 28, 2025 8:23 PM

views 20

সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বটদ্ৰৱাৰ বিধায়ক শিৱামণি বৰাক আক্ৰমণৰ সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধানক স্মাৰক-পত্ৰ প্ৰদান অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ

সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বটদ্ৰৱাৰ বিধায়ক শিৱামণি বৰাক আক্ৰমণৰ সন্দৰ্ভত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙক সাক্ষাৎ কৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। পত্ৰৰ জৰিয়তে দলৰ নেতৃবৃন্দই এই ঘটনাত জড়িতসকলক চিনাক্ত কৰি বিহিত ব্যৱস্থা ল'বলৈ দাবী জনায়। একেদৰে ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি পর্যালোচনা কৰিবলৈ দলটোৱে দাবী উত্থাপন কৰে। উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ মাজতে কালি নগাঁও জিলাৰ ধিঙৰ ওপৰ ডুমডুমীয়াত সাংসদ প্রদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰাৰ ওপৰত...