August 23, 2025 6:43 PM

views 29

জাগীৰোডত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ মহিলাক ১০ হাজাৰ টকাৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জাগীৰোডত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ৩৭ হাজাৰতকৈ অধিক মহিলাক ১০ হাজাৰ টকাৰ চেক বিতৰণ কৰে। এই উপলক্ষে মৰিগাঁৱৰ জাগীভকত গাঁৱত আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, যে মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ ৩৮ হাজাৰ উদ্যমী মহিলাক আর্থিকভাৱে সবল কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টা ৰাজ্যৰ ভিতৰতে একক আৰু অনন্য। তেওঁ কয়, যে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে ৰাজ্যখনৰ মহিলাসকলৰ বাবে স্বাৱলম্বিতাৰ বাট প্রশস্ত...