December 27, 2024 5:55 PM

views 13

মেলবর্নত টেষ্টৰ দ্বিতীয় দিনৰ সামৰণিত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত ৪৭৪ ৰান

মেলবর্নত অনুষ্ঠিত চতুর্থ টেষ্টৰ আজি দ্বিতীয় দিনাৰ সামৰণিত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ ৪৭৪ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে ৫ উইকেটৰ বিনিময়ত ১৬৪ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ অপেনাৰ যশস্বী জয়ছোৱালে ৮২ ৰান সংগ্ৰহ কৰে। দিনান্তত ভাৰতৰ ঋষভ পণ্টে ৬ আৰু ৰবীন্দ্ৰ জাদেজাই ৪ ৰান কৰি খেলি আছে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই কালি ৬ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ৩১১ ৰানৰ পৰা আজিৰ খেল আৰম্ভ কৰে আৰু ষ্টিভেন স্মিথৰ ১৪০ ৰানৰ সহযোগত দলটোৱে মুঠ ৪৭৪ ৰান সংগ্ৰহ কৰে। যশপ্রীত বুমৰাই ৪টা আৰু ৰবীন্দ্ৰ জাদেজাই ৩টা উইকেট দখল কৰে। আজি ভাৰতীয...