June 9, 2025 7:49 PM
15
ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত পত্নী সোনম ৰঘুবংশী, আন তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ
যোৱা ২৩ মে'ত মেঘালয় ভ্ৰমণৰ বাবে আহি দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱা মধ্যপ্ৰদেশৰ ইন্দোৰৰ ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত তেওঁৰ পত্নী সোনম ৰঘুবংশীৰ লগতে আন তিনিজন অভিযুক্তক মেঘালয় আৰক্ষীৰ সহযোগত উত্তৰ প্ৰদেশ আৰক্ষীয়ে যোৱা নিশা গ্ৰেপ্তাৰ কৰে। উত্তৰ প্ৰদেশ আৰক্ষীৰ ওচৰত সোনম ৰঘুবংশীয়ে আত্মসমৰ্পণ কৰাৰ পাছত আজি ৰাজ্যখনৰ উপমুখ্যমন্ত্ৰী প্রেষ্টন টিনচঙে মেঘালয় আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত সংবাদমেল যোগে এই বিষয়ে প্রকাশ কৰিছে। সংবাদ মেলত উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে আৰক্ষীয়ে আন এজন অভিযুক্তৰ ...