October 11, 2025 7:02 PM

views 18

তামুলপুৰত সমাগত মেগা স্বাস্থ্য শিবিৰ সন্দৰ্ভত জিলা পৰ্যায়ৰ কৰ্মশালা

তামুলপুৰৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত তামুলপুৰৰ শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি বিধানসভা ভিত্তিত আয়োজিত সমাগত মেগা স্বাস্থ্য শিবিৰ সন্দৰ্ভত জিলা পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত অনুষ্ঠিত কর্মশালাখনিত আয়ুক্তগৰাকীয়ে স্বাস্থ্য মেলাখন সফল কৰি তুলিবলৈ স্বাস্থ্য বিভাগৰ লগতে সকলো বিভাগৰে সহযোগিতা কামনা কৰে। উল্লেখযোগ্য যে ২২ অক্টোবৰত তামুলপুৰ বিধানসভা সমষ্টিৰ বাবে তামুলপুৰ মহাবিদ্যালয় আৰু ২৭ অক্টোবৰত গোৰেশ্বৰ বিধানসভা সমষ্ট...