June 22, 2024 8:49 PM

views 15

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বৃক্ক আৰু যকৃৎ সংৰোপণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্রহণঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

বৃক্ক আৰু যকৃৎ সংৰোপণৰ ক্ষেত্ৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে বিশেষ পদক্ষেপ গ্রহণ কৰিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলযোগে প্ৰকাশ কৰে। প্ৰথমবাৰৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সফলতাৰে দুজন লোকৰ দেহত বৃদ্ধ সংৰোপণ কৰাৰ পাছত চিকিৎসালয়খনত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যত শেহতীয়াকৈ অংগদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। দাক্ষিণাত্যত ব্ৰেইন ডেথ হোৱা লোকৰ অংগ দান কৰাৰ ক্ষেত্ৰত পূৰ্বৰে পৰা সজাগতা আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে,...