April 26, 2024 8:50 PM

views 14

চিৰাঙৰ কাজলগাঁৱত আদিবাসী জনগোষ্ঠীৰ বুদ্ধিজীৱী আৰু গাঁওবুঢ়াসকলৰ সৈতে মন্ত্ৰী অশোক সিংহল আৰু প্ৰমোদ বড়োৰ বৈঠক

আসন্ন তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত আদিবাসীসকলৰ সমৰ্থন লাভ কৰাৰ উদ্দেশ্যে আজি জনগোষ্ঠীটোৰ আগশাৰীৰ লোকসকলৰ সৈতে মন্ত্ৰী অশোক সিংহল, বিটিআৰৰ মুৰব্বী প্রমোদ বড়োৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আদিবাসী জনগোষ্ঠীৰ বুদ্ধিজীৱী আৰু গাঁওবুঢ়াসকলৰ সৈতে দুয়োগৰাকী নেতা বৈঠকত মিলিত হয়। বৈঠকত আদিবাসীসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়। নেতা দুয়োগৰাকীয়ে অঞ্চলটোৰ শান্তি-সম্প্ৰীতি ৰক্ষা কৰাৰ লগতে উন্নয়ন সুনিশ্চিত কৰাৰ স্বাৰ্থত এন ডি এ মিত্ৰজোঁটৰ প্ৰ...