September 4, 2024 7:46 PM September 4, 2024 7:46 PM

views 5

সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক চিকিৎসা প্রতিষ্ঠানত চিকিৎসক-স্বাস্থ্যকৰ্মীৰ সুৰক্ষাৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ

কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক ১০ চেপ্তেম্বৰৰ ভিতৰত চিকিৎসা প্রতিষ্ঠানত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ সুৰক্ষাৰ বাবে লোৱা উপায় সন্দৰ্ভত প্রতিবেদন দাখিল কৰিবলৈ কৈছে। কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূর্ব চন্দ্ৰাই এই সন্দৰ্ভত সকলো ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানসকললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ লোকক প্ৰত্যেক এলেকা আৰু জিলাৰ ভিৰ হোৱা চিকিৎসালয় চিনাক্ত কৰিবলৈ আৰু অগ্ৰাধিকাৰৰ ভিত্তিত সেই চিকিৎসালয়সমূহত কৰ্মৰত স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ কোৱা হৈছে। তেওঁ...