January 1, 2026 8:47 PM January 1, 2026 8:47 PM
2
প্রধানমন্ত্রী মাতৃ বন্দনা যোজনাৰ ৯ বছৰ সম্পূৰ্ণ
গর্ভৱতী মহিলা আৰু দুগ্ধপান কৰোৱা মাতৃসকলৰ বাবে চৰকাৰৰ অভিলাষী আঁচনি প্রধানমন্ত্রী মাতৃ বন্দনা যোজনাই আজি ৯ বছৰ সম্পূৰ্ণ কৰিলে। উল্লেখযোগ্য যে গর্ভৱতী মহিলা আৰু দুগ্ধপান কৰোৱা মাতৃসকলৰ স্বাস্থ্য আৰু পুষ্টিৰ প্ৰতি লক্ষ্য ৰাখি ২০১৭ চনৰ ১ জানুৱাৰীত এই আঁচনিখন আৰম্ভ কৰা হৈছিল। আঁচনিখনৰ অধীনত মাতৃসকলক প্রথমটো সন্তান জন্মৰ সময়ত ৫ হাজাৰ টকাকৈ আৰু দ্বিতীয়বাৰ কণ্যা সন্তান জন্ম হ'লে ৬ হাজাৰ টকাকৈ প্ৰদান কৰা হয়। ইয়াৰে ৩ হাজাৰ টকাৰ প্ৰথমটো কিস্তি গৰ্ভাৱস্থাৰ পঞ্জীয়নৰ সময়ত আৰু ২ হাজাৰ টকাৰ দ্বিতীয়টো কিস্তি সন...