July 22, 2024 12:56 PM

views 10

আন্তর্জাতিক গণিত অলিম্পিয়াডত ভাৰতীয় দলৰ চাৰিটা স্বৰ্ণ আৰু এটা ৰূপৰ পদকেৰে চতুর্থ স্থান লাভ

আন্তর্জাতিক গণিত অলিম্পিয়াডত ভাৰতীয় দলে চাৰিটা স্বৰ্ণ আৰু এটা ৰূপৰ পদকেৰে চতুর্থ স্থান লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিশ্বজুৰি উচ্চ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি এই অলিম্পিয়াডত ভাৰতৰ ছজনীয়া ছাত্র দলে অংশগ্ৰহণ কৰিছিল। ইয়াৰে আনন্দ ভাদুৰী হৈছে গুৱাহাটীৰ সৰলা- বিৰলা জ্ঞানজ্যোতি বিদ্যালয়ৰ ছাত্ৰ। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আন্তৰ্জাতিক গণিত অলিম্পিয়াডত সোণৰ পদক অৰ্জন কৰাৰ বাবে ছাত্ৰগৰাকীলৈ শুভেচ্ছা জনাইছে। আনন্দ ভাদুৰীৰ এই সাফল্যই ৰাজ্যখনৰ আন ছাত্ৰ- ছাত্ৰীসকলক গণিতৰ প্ৰতি আগ্ৰহী কৰি তো...