June 18, 2025 1:00 PM

views 16

আজিৰে পৰা চেন্নাইত হকী ইণ্ডিয়া মাষ্টাৰ্ছ কাপ

হকী ইণ্ডিয়া মাষ্টাৰ্ছ কাপ আজি চেন্নাইত আৰম্ভ হ'ব। তামিলনাডু হকী গোটে আয়োজন কৰা এই ১০ দিনীয়া প্রতিযোগিতাখনত ৪০ বছৰৰ উৰ্ধৰ পুৰুষ আৰু ৩৫ বছৰৰ উৰ্ধৰ মহিলাই অংশগ্রহণ কৰিছে। এইবাৰৰ প্ৰতিযোগিতাত ইতিমধ্যে বাৰটা পুৰুষৰ দল আৰু আঠটা মহিলা দলে খিতাপ দখলৰ যুঁজত অৱতীৰ্ণ হ'ব। প্ৰথমে গ্রুপ মেচ অনুষ্ঠিত হ'ব আৰু তাৰ পিছত নকআউট পৰ্যায় আৰু ফাইনেল অনুষ্ঠিত হ'ব। মহিলাৰ উদ্বোধনী মেচখনত হিমাচল প্রদেশে মহাৰাষ্ট্ৰৰ বিৰুদ্ধে খেলিব । পুৰুষৰ উদ্বোধনী খেলখনত পঞ্জাবে পুডুচেৰীৰ বিৰুদ্ধে খেলিব। আজি দিনৰ ডেৰ বজাৰ পৰা প্ৰতিযো...