June 18, 2025 1:00 PM
আজিৰে পৰা চেন্নাইত হকী ইণ্ডিয়া মাষ্টাৰ্ছ কাপ
হকী ইণ্ডিয়া মাষ্টাৰ্ছ কাপ আজি চেন্নাইত আৰম্ভ হ'ব। তামিলনাডু হকী গোটে আয়োজন কৰা এই ১০ দিনীয়া প্রতিযোগিতাখনত ৪০ বছৰৰ উৰ্ধৰ পুৰুষ আৰু ৩৫ বছৰৰ উৰ্ধৰ মহিলাই অংশগ্রহণ কৰিছে। এইবাৰৰ প্ৰতিযোগ...