January 4, 2026 7:58 AM January 4, 2026 7:58 AM
6
ভেনিজুৱেলাৰ স্বাধীনতাৰ সময় আহি পৰিছে বুলি দেশখনৰ বিৰোধী পক্ষৰ নেত্ৰী তথা শান্তিৰ ন’বেল বঁটা প্ৰাপক মাৰিয়া কোৰিনা মচাডোৰ মন্তব্য
আমেৰিকা যুক্তৰাষ্ট্ৰই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিক'লাছ মাডুৰো আৰু তেওঁৰ পত্নীক কৰায়ত্ব কৰাৰ পাছত দেশখনৰ বিৰোধী পক্ষৰ নেত্ৰী তথা শান্তিৰ ন'বেল বঁটা প্ৰাপক মাৰিয়া কোৰিনা মচাডোই কয় যে ভেনিজুৱেলাৰ স্বাধীনতাৰ সময় আহি পৰিছে। শ্ৰী মচাডোই সামাজিক মাধ্যমৰ যোগে কয় যে নিক'লাছ মাডুৰোই ভেনিজুৱেলাৰ জনসাধাৰণ আৰু অন্য দেশৰ নাগৰিকৰ বিৰুদ্ধে কৰা জঘন্য অপৰাধৰ বাবে আন্তঃৰাষ্ট্ৰীয় আইনৰ সন্মুখীন হ'ব লাগিব। তেওঁ কয় যে মাডুৰোই আলোচনাৰ মাধ্যমেৰে সমাধানৰ প্ৰস্তাৱ অস্বীকাৰ কৰাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে আইন ব...