March 3, 2025 11:40 AM

views 21

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ উৰুগুৱে ভ্ৰমণ

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই কালি ভাৰতক প্ৰতিনিধিত্ব কৰি উৰুগুৱেৰ ৰাষ্ট্ৰপতি য়ামাণ্ডু অৰ্চি আৰু উপ-ৰাষ্ট্ৰপতি কেৰলিনা ক'ছেৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে। শ্রীমাৰ্ঘেৰিটাই কয়, যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰা উৰুগুৱেৰ নতুন চৰকাৰখলনৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ভৱিষ্যতে দুয়োখন দেশৰ সম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিবলৈ উৰুগুৱেৰ নতুন চৰকাৰখনৰ সৈতে সহযোগিতা কাম কৰিবলৈ আগ্ৰহী বুলিও মন্ত্ৰী মাৰ্ঘেৰিটাই উল্লেখ কৰে। ইয়াৰ পূৰ্বে শ্ৰীমাৰ্ঘেৰিটাই উৰুগুৱেত থকা মহাত্মা...