December 27, 2025 7:44 PM

views 17

জম্মুৰ গুলছন খেলপথাৰত জম্মু-কাশ্মীৰ আৰক্ষীৰ উদ্যোগত কাইলৈ একতাৰ দৌৰ- জম্মু মাৰাথন-২০২৫ আয়োজন

জম্মুৰ গুলছন খেলপথাৰত জম্মু-কাশ্মীৰ আৰক্ষীৰ উদ্যোগত কাইলৈ একতাৰ দৌৰ-জম্মু মাৰাথন-২০২৫ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় একতা, স্বাস্থ্যকৰ জীৱন-যাপন আৰু সামূহিক অংশগ্রহণ বৃদ্ধিৰ উদ্দেশ্যেই ইয়াৰ আয়োজন কৰা হৈছে। অধিক লোকৰ অংশগ্ৰহণৰ লক্ষ্যৰে একতাৰ দৌৰত ১০টা বিভাগ অন্তৰ্ভুক্ত কৰা হৈছে। সেই অনুসৰি পুৰুষ,মহিলা,জুনিয়ৰ,বৰ্ষীয়ান, ছাব জুনিয়ৰ আৰু জ্যেষ্ঠ নাগৰিকসকলে বিভিন্ন বিভাগত যোগদান কৰিব পাৰিব। এই প্ৰতিযোগিতাত প্ৰধান প্ৰধান বিভাগ সমূহৰ প্ৰথম তিনি গৰাকী বিজয়ীক ক্ৰমে ৫০হাজাৰ, ৩০ হাজাৰ আৰু ২০ হাজাৰ টকাৰ পু...

November 6, 2025 8:25 PM

views 42

অহা ১৬ নৱেম্বৰত নতুন দিল্লীত নমো ৰান মাৰাথনৰ আয়োজন

সাংসদ খেল মহোৎসৱৰ অংশ হিচাপে অহা ১৬ নৱেম্বৰত নতুন দিল্লীত নমো ৰান মাৰাথনৰ আয়োজন কৰা হৈছে। কৰ্প'ৰেট পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্রী হর্ষ মলহোত্রাই খেল মহোৎসৱ উদ্বোধন কৰি এই কথা প্রকাশ কৰে। তেওঁ কয়, যে প্রায় ৩০ হাজাৰ প্রতিযোগীয়ে খেল মহোৎসৱত পঞ্জীয়ন কৰিছে। তিনিটা পৰ্যায়ত আয়োজন কৰা এই মহোৎসৱত ভাৰতীয় পৰম্পৰাগত খেলসমূহৰ উপৰি অলিম্পিকত অন্তর্ভুক্ত কৰা খেলো অনুষ্ঠিত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয়, যে প্রতিযোগিতাত ভাল প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হোৱা খেলুৱৈসকলক প্রশিক্ষক আৰু অন্যান্য সা-সুবিধ...