December 13, 2025 12:06 PM

views 15

চণ্ডীশগড়ৰ পৰা নক্সালবাদ সমাপ্ত হোৱাৰ পথত অগ্ৰসৰ হৈছে : মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাই

চণ্ডীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাইয়ে ৰাজ্যখনৰ পৰা নক্সালবাদ সমাপ্ত হোৱাৰ পথত অগ্ৰসৰ হৈছে বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ দুবছৰৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ সময়ত সাংবাদিকৰ আগত এই কথা উল্লেখ কৰি কয়, যে সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত এতিয়ালৈকে ৫০৫ জন মাওবাদী নিহত হোৱাৰ বিপৰীতে দুহেজাৰ ৩৮৬ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰাৰ লগতে এহেজাৰ ৯০১ জন গ্রেপ্তাৰ হৈছে। শ্ৰীছাইয়ে উল্লেখ কৰে যে ৰাজ্যখনৰ মাওবাদী অধ্যুষিত অঞ্চলসমূহত ৬৯টা সুৰক্ষা শিবিৰ স্থাপন কৰা হৈছে আৰু চত্তীশগড় চৰকাৰৰ পুনবাস যোজনা...