January 6, 2025 7:41 PM
চত্তিশগড়ত মাওবাদীৰ আক্ৰমণত ৮ জন জোৱানৰ লগতে বাহনৰ চালকৰ মৃত্যু
চত্তিশগড়ৰ বীজাপুৰ জিলাত মাওবাদীয়ে সুৰক্ষা বাহিনীৰ এখন বাহনত বিস্ফোৰণ ঘটোৱাৰ ফলত ৮ জন জোৱানৰ লগতে বাহনৰ চালকজনৰ মৃত্যু হয়। বাষ্টৰ খণ্ডৰ কুৰু আৰক্ষী চকীৰ অন্তৰ্গত আমবেলিৰ সমীপত মাওবাদ...