January 6, 2025 7:41 PM

views 5

চত্তিশগড়ত মাওবাদীৰ আক্ৰমণত ৮ জন জোৱানৰ লগতে বাহনৰ চালকৰ মৃত্যু

চত্তিশগড়ৰ বীজাপুৰ জিলাত মাওবাদীয়ে সুৰক্ষা বাহিনীৰ এখন বাহনত বিস্ফোৰণ ঘটোৱাৰ ফলত ৮ জন জোৱানৰ লগতে বাহনৰ চালকজনৰ মৃত্যু হয়। বাষ্টৰ খণ্ডৰ কুৰু আৰক্ষী চকীৰ অন্তৰ্গত আমবেলিৰ সমীপত মাওবাদীয়ে এই কুটাঘাট সম্পন্ন কৰে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। দান্তেৱাৰাৰ জিলা সংৰক্ষিত সুৰক্ষা বাহিনীৰ ৯ জন জোৱানে আৰক্ষীৰ সৈতে এটা যুটীয়া অভিযানৰ পাছত ঘুৰি অহাৰ সময়তে কুঞ -বেদ্ৰে পথত মাওবাদীয়ে আক্রমণ চলায়। এই ঘটনাত এজন জোৱান নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে। মাওবাদীয়ে শক্তিশালী লেণ্ডলাইন মাইন বিস্ফোৰণেৰে ...