September 6, 2025 1:13 PM

views 26

নতুন দিল্লীৰ মাই ভাৰত মুখ্য কাৰ্যালয়ত উচ্চ পৰ্যায়ৰ বৈঠক

কেন্দ্ৰীয় ক্রীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কয়, যে পঞ্জাৱ আৰু হিমাচল প্ৰদেশৰ বান ক্ষতিগ্রস্ত এলেকাসমূহত উদ্ধাৰ অভিযানৰ বাবে এহেজাৰৰো অধিক প্ৰশিক্ষণপ্রাপ্ত মাই ভাৰত আপদা মিত্ৰক নিয়োজিত কৰা হ'ব। নতুন দিল্লীৰ মাই ভাৰত মুখ্য কাৰ্যালয়ত কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশ লৈ শ্ৰীমন্দাভিয়াই ক্ষতিগ্রস্ত লোকসকলক সময়মতে সাহায্য প্ৰদানৰ বাবে জিলা দণ্ডাধীশৰ সৈতে সহযোগিতা ৰক্ষা কৰি কাম কৰিবলৈ মাই ভাৰতৰ স্বেচ্ছাসেৱক আৰু জিলা যুৱ বিষয়াসকলক আহ্বান জনায়। মাই ভাৰত হৈছে ৰাষ্ট্ৰজোৰা ডিজিটেল...

August 10, 2025 7:39 PM

views 24

দেওবাৰে চাইকেল চলোৱা পদক্ষেপে ‘ফিট ইণ্ডিয়া’ আন্দোলনক দেশৰ এটা বৃহৎ আন্দোলনলৈ ৰূপান্তৰিত কৰাত সহায় কৰিছে বুলি  কেন্দ্ৰীয় মন্ত্রী মনসুখ মন্দাভিয়াৰ মন্তব্য

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু যুৱ কল্যাণ মন্ত্রী মনসুখ মন্দাভিয়াই আজি কয় যে দেওবাৰে চাইকেল চলোৱা পদক্ষেপে 'ফিট ইণ্ডিয়া' আন্দোলনক দেশৰ এটা বৃহৎ আন্দোলনলৈ ৰূপান্তৰিত কৰাত সহায় কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত হোৱা এটা অনুষ্ঠানত অংশগ্রহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কথা কয়। তেওঁ কয় যে, এতিয়ালৈকে সমগ্ৰ দেশৰ ৫০ হাজাৰৰো অধিক গাঁৱৰ পঞ্চায়ত প্রতিনিধিয়ে এই অনুষ্ঠানত অংশগ্রহণ কৰি 'ফিট ইণ্ডিয়া'ৰ বাৰ্তা বিয়পাইছে। ইয়াৰ ফলত গাঁওসমূহক আন্দোলনৰ সৈতে সংযোগ স্থাপন কৰা হৈছে বুলিও শ্রী মন্দাভিয়াই প্রকাশ কৰে...

February 27, 2025 8:19 PM

views 17

কেন্দ্ৰীয় মন্ত্ৰী মনখুস মান্দাভিয়াৰ বিজ্ঞান বিকশিত ভাৰত সমাৱেশ উদ্বোধন

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনখুস মান্দাভিয়াই আজি ভার্চুৱেল মাধ্যমেৰে বিজ্ঞান বিকশিত ভাৰত সমাৱেশ উদ্বোধন কৰে। ন'বেল বঁটা বিজয়ী ছাৰ চি ভি ৰমনৰ জয়ন্তী উপলক্ষে চেন্নাইৰ তিৰুচিৰাপল্লীত এই সমাৱেশৰ আয়োজন কৰা হয় । যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে তিৰুচিৰাপল্লীৰ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ খেলপথাৰত এই সমাৱেশৰ আয়োজন কৰে। এন আই টিৰ ত্ৰিচিৰ সঞ্চালক ড০ আঘিলাই ফ্লেগ অফ কৰা এই সমাৱেশত ৪ হেজাৰৰো অধিক এন এছ এছ আৰু এন ৱাই কে এছৰ স্বেচ্ছা সেৱকসকলে অংশগ্ৰহণ কৰে। সমাৱেশৰ অংশ হিচাপে এখন বিজ্ঞান প...