September 13, 2025 8:37 PM

views 11

নতুন দিল্লীত বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনা ২০২৬ সম্পৰ্কীয় সংবাদমেল

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কৈছে যে, যুৱ নেতৃত্বাধীন গণতন্ত্রই দৃষ্টিভংগীক কণ্ঠলৈ আৰু কণ্ঠক সুদূৰ প্ৰসাৰী প্রভাবলৈ ৰূপান্তিৰত কৰাৰ প্ৰকৃত উদাহৰণ হৈছে বিকশিত ভাৰত যুৱ আলোচনাৰ নেতাসকল। নতুন দিল্লীত আজি বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনা ২০২৬ সংক্রান্তিয় এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয়, যে এইখন এনে এখন মঞ্চ য'ত ভাৰতীয় যুৱ প্ৰজন্মই কেৱল তেওঁলোকৰ ধাৰণাসমূহ আদান-প্ৰদান কৰাই নহয়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত উপস্থাপনো কৰিব পাৰে। ড০ মন্দাভিয়াই দ্বিতীয় সংস্কৰণৰ বিকশি...