July 19, 2024 11:58 AM

views 57

ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত খেলো ইণ্ডিয়া উদীয়মান প্ৰতিভা চিনাক্তকৰণৰ দ্বিতীয় পৰ্যায় মুকলি কৰিব

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত চৰকাৰৰ খেল' ইণ্ডিয়া উদীয়মান প্ৰতিভা চিনাক্তকৰণ চমুকৈ KIRTI পদক্ষেপৰ দ্বিতীয় পৰ্যায় মুকলি কৰিব। মন্ত্ৰ্যালয়ে কৈছে যে, আধুনিক আই চি টি সা-সৰঞ্জাম আৰু গোলকীয় সৰ্বশ্ৰেষ্ঠ অনুশীলনৰ আধাৰত প্ৰতিভাসমূহৰ চিনাক্ত কৰণৰ উদ্দেশ্যে এই পদক্ষেপৰ পৰিকল্পনা কৰা হৈছে। মন্ত্ৰ্যালয়ে লগতে কৈছে যে, একেখন মঞ্চৰ জৰিয়তে তৃণমূল পৰ্যায়ত প্ৰতিভাসমূহৰ চিনাক্তকৰণৰ সম্পূৰ্ণ প্ৰক্ৰিয়া ৰূপায়ণৰ ব্যৱস্থা কৰাটোৱেই হৈছে ইয়াৰ অন্যতম উদ্দেশ্য। এই পৰ্যা...