March 6, 2025 8:29 PM

views 24

প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাৰ মূল উপাদান হিচাপে ধ্যান, যোগ আৰু উপবাসৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ মনসুখ মন্দাভিয়াৰ

শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মন্দাভিয়াই এখন স্বাস্থ্যকৰ ভাৰত গঢ়ি তুলিবলৈ প্ৰতিৰোধমূলক আৰু প্ৰচাৰমূলক স্বাস্থ্য সেৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চৰক, সুশ্ৰুত আৰু ভগৱান ধনন্তৰীৰ দৰে প্রাচীন ভাৰতীয় চিকিৎসাৰ পথপ্ৰদৰ্শকসকলৰ জ্ঞানৰ উদ্ধৃতি দি তেওঁ, দেশৰ সমৃদ্ধ উত্তৰাধিকাৰৰ ওপৰত আলোকপাত কৰে। হাৰিয়ানাৰ ফৰিদাবাদত স্বাস্থ্য প্ৰত্যাহ্বান আৰু স্বাস্থ্যকৰ জীৱন শৈলী শীৰ্ষক সন্মিলনত ভাষণ দি শ্ৰী মন্দাভিয়াই এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাৰ মূল উপাদান হিচাপে ধ্যান, যোগ আৰু...

November 25, 2024 7:03 PM

views 16

নতুন দিল্লীত ‘আমাৰ সংবিধান, আমাৰ স্বাভিমান’ পদযাত্ৰাত ড° মনসুখ মন্দাভিয়াৰ অংশগ্ৰহণ

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই আজি নতুন দিল্লীত ‘আমাৰ সংবিধান, আমাৰ স্বাভিমান' পদযাত্ৰাত অংশগ্ৰহণ কৰে। কাইলৈ পালন কৰিবলগীয়া সংবিধান দিৱসৰ লগত সংগতি ৰাখি আৰু ভাৰতৰ গণতান্ত্রিক যাত্ৰাত সংবিধান নিৰ্মাতাসকলৰ অৱদানক স্মৰণ কৰিয়েই এই পদযাত্রা অনুষ্ঠিত কৰা হৈছে। কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেল, অৰ্জুন ৰাম মেঘৱাল, কিৰেণ ৰিজিজু, গজেন্দ্ৰ সিং শেখাৱৰ্ট আৰু ৰক্ষা খাড়ছেসহ সাংসদ আৰু অলিম্পিক খেলুৱৈসকলে এই পদযাত্ৰাত অংশগ্রহণ কৰে। মাই ভাৰত, নেহৰু যুৱ কেন্দ্ৰ সংগঠন, ৰাষ্ট্ৰীয়...