May 20, 2025 8:37 PM May 20, 2025 8:37 PM
17
শক্তি সুৰক্ষাক অন্যতম গুৰুত্বপূৰ্ণ গোলকীয় প্ৰত্যাহ্বান বুলি কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালে প্ৰকাশ কৰিছে
কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালে শক্তি সুৰক্ষাক অন্যতম গুৰুত্বপূৰ্ণ গোলকীয় প্ৰত্যাহ্বান বুলি প্ৰকাশ কৰিছে। ব্রাজিলত অনুষ্ঠিত ব্ৰিক্ছ শক্তিমন্ত্ৰীসকলৰ বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰি মন্ত্ৰীগৰাকীয়ে দেশৰ নিকা শক্তি ক্ষেত্ৰৰ সাফল্যসমূহৰ ওপৰত আলোকপাত কৰে। শক্তিৰ উপলব্ধতা ত্বৰান্বিত কৰা, সেউজ হাইড্ৰ'জেন খণ্ডৰ প্ৰগতি সাধন, নৱীকৰণযোগ্য শক্তিৰ উন্নয়ন তথা শক্তিৰ উৎপাদন, সম্প্ৰসাৰণ কৰাৰ খণ্ডত দেশে লাভ কৰা দশকজোৰা প্ৰগতিৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। বহনক্ষম উন্নয়ন আৰু অর্থনৈতিক সুস্থিৰতা সুনিশ্...