April 27, 2025 8:09 PM
মহাকাশ ষ্টাৰ্ট আপৰ যোগেৰে নতুন নতুন গৱেষণা আৰু অভিযানৰ বাবে যুৱ প্ৰজন্মৰ ভালেসংখ্যকে আগবাঢ়ি আহিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ
আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ১২১ সংখ্যক খণ্ডত দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মাহতে ভাৰতে আর্যভট্ট উপগ্রহ উৎক্ষেপন কৰাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ...