August 20, 2025 12:19 PM

views 13

দক্ষিণ শালমাৰা মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ কোকৰাডাঙাত জলসম্পদ বিভাগৰ হাইড্ৰ’ ইনফৰমেটিক্স গোটৰ ১১জনীয়া বিশেষজ্ঞ দলৰ খহনীয়া পৰিদৰ্শন

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ কোকৰাডাঙাত জলসম্পদ বিভাগৰ হাইড্ৰ' ইনফৰমেটিক্স গোটৰ ১১জনীয়া বিশেষজ্ঞ দলে কালি খহনীয়া পৰিদৰ্শন কৰে। খহনীয়াৰ সমস্যা স্থায়ী প্ৰতিৰোধৰ বাবে দলটোৱে ড্রোনেৰে পৰীক্ষামূলক জৰীপ চলায়। ইয়াৰ দ্বাৰা অঞ্চলটোত খহনীয়া সমস্যাৰ স্থায়ী সমাধান হ'ব বুলি আশা কৰা হৈছে।