February 8, 2025 8:48 PM
মানকাচৰত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ ৩জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
মানকাচৰৰ জোৰদাংগা দ্বিতীয় খণ্ডত মানকাচৰ আৰক্ষীৰ নেতৃত্বত চলোৱা এটা অভিযানত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীৰ সৈতে ৩ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰ...