May 21, 2024 8:20 PM May 21, 2024 8:20 PM
9
আম আদমী পাৰ্টিৰ নেতা মনীষ শিশোদিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ৩১ মে’লৈ বৃদ্ধি
আবকাৰী নীতি কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত অভিযুক্ত দিল্লীৰ উপ- মুখ্যমন্ত্রী তথা আম আদমি পাৰ্টিৰ নেতা মনীষ শিশোদিয়াৰ ন্যায়িক জিম্মা আজি দিল্লীৰ ৰাউজ এভিনিউ আদালতে ৩১ মে'লৈ বৃদ্ধি কৰে। শিশোদিয়াৰ বিৰুদ্ধে গোচৰৰ পৰবৰ্তী শুনানী অহা ৩১ মে'ত গ্ৰহণ কৰা হ 'ব৷ চিবিআইয়ে গ্ৰেপ্তাৰ কৰাৰ পি ছত বিগত বৰ্ষৰ ২৬ ফেব্ৰুৱাৰীৰ পৰা ন্যায়িক জিম্মাত আছিল শিশোডিয়া৷ পিছত বিধি বলবৎকাৰী সঞ্চালকালয়ে তেওঁক গ্ৰেপ্তাৰ কৰে৷ গোচৰসমূহৰ অভিযোগ নিশ্চিতকৰণ প্ৰক্ৰিয়াত অভিযুক্তই বিলম্ব কৰাৰ ভিত্তিত বিধি বলবৎকাৰী সঞ্চাল...