April 6, 2025 12:27 PM

views 14

মণিপুৰত শান্তি স্থাপনৰ লক্ষ্যৰে নতুন দিল্লীত ত্রিপাক্ষিক বৈঠক

মণিপুৰত শান্তি স্থাপনৰ লক্ষ্যৰে কালি নতুন দিল্লীত এখন ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ সৈতে মণিপুৰৰ মেইতেই আৰু কুকি সংগঠনৰ প্ৰতিনিধিৰ লগতে নাগৰিক সমাজৰ প্রতিনিধিয়ে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰৰ হৈ বিশেষ মধ্যস্থতাকাৰী হিচাপে চোৰাংচোৱা সংস্থাৰ অৱসৰপ্ৰাপ্ত সঞ্চালক এ কে মিশ্রই বৈঠকত অংশ লয়। এই বৈঠকত ৰাজ্যখনলৈ শান্তি ওভতাই অনাৰ বাবে গ্ৰহণ কৰিবলগীয়া পন্থা সন্দৰ্ভত আলোচনা কৰাৰ লগতে কুকি আৰু মেইতেই সম্প্ৰদায়ৰ মাজত পাৰস্পৰিক সহযোগিতা অক্ষুণ্ণ ৰখাত গুৰুত্ব আৰোপ কৰ...