March 1, 2025 7:58 PM

views 12

মণিপুৰৰ নিৰাপত্তা সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উচ্চস্তৰীয় বৈঠক

মণিপুৰৰ নিৰাপত্তা ব্যৱস্থাক লৈ নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত শ্ৰীশ্বাহে অহা ৮ মাৰ্চৰ ভিতৰত ৰাজ্যখনৰ সকলো পথত জনসাধাৰণৰ বাধাহীনভাৱে আহ-যাহ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰি মুক্ত আহ-যাহত বাধাৰ সৃষ্টি কৰা সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও তেওঁ নির্দেশ দিয়ে। তেওঁ বৈঠকত মণিপুৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ লগতে সীমান্ত প্ৰৱেশ পথৰ দুয়োফালে বেৰ নিৰ্মাণৰো নিৰ্দেশ দিয়ে। শ্ৰীশ্বাহে কয়, যে মণিপুৰত শান্তি ঘূৰাই আনিবলৈ নৰেন্দ্ৰ মোদী ...